22
22
<p>GNOME এ এটা সতেজ কৰিব পৰা ব্ৰেইল প্ৰদৰ্শনত ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ প্ৰদৰ্শন কৰিবলৈ <app>Orca</app> পৰ্দা ৰিডাৰ প্ৰদান কৰে। আপুনি GNOME কেনেকৈ ইনস্টল কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি, আপোনাৰ Orca ইনস্টল নাথাকিব পাৰে। <link href="install:orca">Orca ইনস্টল কৰক</link>, তাৰ পিছত অধিক তথ্যৰ বাবে <link href="help:orca">Orca সহায়</link> চাওক।</p>