1
<?xml version="1.0" encoding="utf-8"?>
2
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="net-wireless-troubleshooting" xml:lang="as">
5
<link type="guide" xref="net-wireless" group="first"/>
6
<link type="guide" xref="hardware#problems" group="first"/>
7
<link type="next" xref="net-wireless-troubleshooting-initial-check"/>
9
<revision pkgversion="3.10" date="2013-11-10" status="review"/>
11
<credit type="author">
12
<name>Ubuntu তথ্যচিত্ৰ ৱিকিৰ অৱদানকাৰীসকল</name>
14
<credit type="author">
15
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
16
<email its:translate="no">gnome-doc-list@gnome.org</email>
19
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
21
<desc>বেতাঁৰ সংযেগসমূহৰ সৈতে সমস্যাবোৰ চিনাক্ত কৰক আৰু ঠিক কৰক</desc>
24
26
বেতাঁৰ সমস্যাসমূহ চিনাক্ত কৰি ঠিক কৰিবলৈ ই এটা স্তৰ-দৰ-স্তৰ সমস্যামুক্তি সহায়ক। যদি আপুনি কোনো কাৰণত এটা বেতাঁৰ নেটৱাৰ্কৰ সৈতে সংযোগ কৰিব নোৱাৰে, নিৰ্দেশসমূহ ইয়াত চাওক।
28
আমি আপোনাৰ কমপিউটাৰক ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰিবলৈ নিম্নলিখিত স্তৰবোৰৰে আগবাঢ়িম:
30
<list style="numbered compact">
32
এটা আৰম্ভণি পৰিক্ষা পৰিৱেশন কৰা হৈছে
35
আপোনাৰ হাৰ্ডৱেৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে
38
আপোনাৰ হাৰ্ডৱেৰ পৰিক্ষা কৰা হৈছে
41
আপোনাৰ বেতাঁৰ ৰাউটাৰলৈ এটা সংযোগ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে
44
আপোনাৰ মডেম আৰু ৰাউটাৰৰ এটা পৰিক্ষা কৰা হৈছে
48
আৰম্ভ কৰিবলৈ, পৃষ্ঠাৰ ওপৰ সোঁফালে পৰৱৰ্তী লিঙ্কত ক্লিক কৰক। এই লিঙ্ক, আৰু নিম্নলিখিত পৃষ্ঠাসমূহত ইয়াৰ নিচিনা অন্যয়, আপোনাক সহায়কত প্ৰত্যকটো স্তৰৰে নিব।
51
52
সহায়কত কিছুমান নিৰ্দেশে আপোনাক কমান্ড লাইন (টাৰ্মিনেল) ত কমান্ডসমূহ টাইপ কৰিবলৈ কয়। আপুনি টাৰ্মিনেল এপ্লিকেচনক <gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত পাব।
53
যদি আপোনাৰ এটা কমান্ড লাইন ব্যৱহাৰ কৰাৰ অনুভৱ নাই, চিন্তা নকৰিব - এই সহায়কে আপোনাক প্ৰতি স্তৰত সহায় কৰিব। আপুনি কেৱল মনত ৰাখিবলৈ যে কমান্ডসমূহ ফলা-সংবেদ্য (সেয়েহে আপুনি সিহতক ইয়াত উপস্থিত হোৱা ৰূপে সাইলাখ টাইপ কৰিব লাগিব), আৰু ইয়াক চলাবলৈ প্ৰতিটো কমান্ড চলোৱাৰ পিছত <key>Enter</key> টিপিব লাগিব।